#ড্ৰাগছ মুক্ত আমাৰ গাওঁ. #হিয়া তালুকদাৰ

 



আলিফ ইউনিয়ন ফাউণ্ডেশ্যনে `ড্ৰাগছ মুক্ত আমাৰ গাওঁ` নামেৰে জনসাধাৰণৰ মাজত বিশেষকৈ দেশ গঢ়াৰ মূল ভেটিস্বৰুপ যুৱ সমাজত ড্ৰাগছৰ বিৰুদ্ধে যি সজাগতা আনিবলৈ চেষ্টা কৰি আছে তাৰে অংশ হিচাপে নলবাৰীৰ বাসিন্দা তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী তথা আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ সহকাৰী আলোচনী সম্পাদিকা,সাহিত্যিক আমাৰ শ্ৰদ্ধাৰ হিয়া তালুকদাৰে কবিতাৰ জৰিয়তে সমাজক এক বাৰ্তা দিব চেষ্টা কৰিছে।আহক আমি সকলো মিলি শ্ৰদ্ধাৰ হিয়া তালুকদাৰৰ এই বাৰ্তাটো শুনো আৰু ড্ৰাগছৰ বিৰুদ্ধে সকলো একগোট হৈ মাৰ বান্ধি থিয় দিও।
আহক এক নতুন ঢৌ একেলগে আৰম্ভ কৰোঁ।



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.