#ড্ৰাগছ মুক্ত আমাৰ গাওঁ #ৰুমী কলিতা দত্ত
আলিফ উনিয়ন ফাউণ্ডেশ্যনে `ড্ৰাগছ মুক্ত আমাৰ গাওঁ` নামেৰে জনসাধাৰণৰ মাজত বিশেষকৈ দেশ গঢ়াৰ মূল ভেটিস্বৰুপ যুৱ সমাজত ড্ৰাগছৰ বিৰুদ্ধে যি সজাগতা আনিবলৈ চেষ্টা কৰি আছে তাৰে অংশ হিচাপে ডিব্ৰুগড়ৰ বাসিন্দা সাহিত্যিক আমাৰ শ্ৰদ্ধাৰ ৰুমী কলিতা দত্ত বাইদেউএ কবিতাৰ জৰিয়তে সমাজক এক বাৰ্তা দিব চেষ্টা কৰিছে।আহক আমি সকলো মিলি শ্ৰদ্ধাৰ ৰুমী কলিতা দত্ত বাইদেউৰ এই বাৰ্তাটো শুনো আৰু ড্ৰাগছৰ বিৰুদ্ধে সকলো একগোট হৈ মাৰ বান্ধি থিয় দিও।

No comments