অসমাপ্তি

 অসমাপ্তি  


শৰতৰ এই জোনাক

মনত আছে নে তোমাৰ..!!

'মই আকৌ পাহৰিব পৰাই নাই

শৰতৰ জোনাক আৰু তোমাক...!!

তুমি টো পাহৰিব ধৰিছা চাগে... ক্ৰমশঃ...!

একো নাই...

এদিন সকলো হেৰাব... এই কবিৰ...!

অথচ তোমালৈ থকা অজুত মৰম,

ভালপোৱা অসমাপ্তি হৈ ৰʼব...!


হেমন্ত বৰুৱা 

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.