অকলশৰীয়া
অকলশৰীয়া
বেলিটো অকলশৰীয়া,
কিন্তু সদায় পোহৰ
দি থাকে।
ঠিক তেনেদৰে কোনোবাই
আপোনাৰ লগত থাকক বা নাথাকক,
কিন্তু সদায় নিজকে নিজে সুখী থাকিবলৈ চেষ্টা কৰক।
কোনোবাই আপোনাক খবৰ ৰাখক নাৰাখক পাছৰ কথা।
কিন্তু নিজকে নিজে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক।
যদি,,
নিজকে নিজে দুৰ্বল কৰি ৰাখে হয়তো,,,
আপোনাক বেলেগে কন্দোৱালৈ বেছি সময় নালাগে।
দেইজী কাৰ্খ বৰদলৈ
.jpeg)
No comments