ৰুম্পী দাস

ৰুম্পী দাস

জন্মৰ চন - ১৪-১০-১৯৯৮

 পিতৃৰ নাম - শ্ৰী চিত্ত ৰঞ্জন দাস 

মাতৃৰ নাম - শ্ৰীমতী বিষ্ণু প্ৰিয়া দাস। 

গাঁও - ৰাণীপুখুৰী 

ডাকঘৰ - ভালুকমাৰী 

জিলা - হোজাই 

 শিক্ষাগত অৰ্হতা -

     - ১নং ৰাম নগৰ প্ৰাথমিক  বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ।

     - ক্ষীৰোদা সুন্দৰী গাৰ্লচ স্কুলৰ পৰা মাধ্যমিক শিক্ষা লাভ।

       - ভালুকমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই চেকেণ্ডেৰী শিক্ষা লাভ।

          - লংকা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ।

পেচা - দেশৰ হৈ সৎ পথেৰে আগুৱাই যোৱা।

নিচা - সাহিত্য চৰ্চা,আবৃত্তি,ছবি অকাঁ,ভ্ৰমণৰ সহায়ত নানা জ্ঞান অৰ্জন আদি।

ভৱিষ্যত পৰিকল্পনা - এগৰাকী ভাল সাহিত্যিক হোৱা ।

সাহিত্যৰ লগত জড়িত - ২০০১ চনত মোৰ মাতৃ বিয়োগ হোৱাৰ পিছৰ পৰা বিশেষকৈ সাহিত্যৰ অনুৰাগী হৈ লেখা-মেলা আৰম্ভ  কৰিছিলোঁ।

 জড়িত সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠান

                -বৰ্তমান "নগাঁও জিলা কবি- সাহিত্য চক্ৰ"গোটৰ পত্ৰিকা সম্পাদিকা

                -অসমীয়া সমাজ নগাঁও জিলা" গোটৰ সভানেত্ৰী 

                -প্ৰতিভা সন্ধান অসম"গোটৰ পৰিচালিকাৰ দায়িত্ব

 বৰ্তমান নতুন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা 

                -অতি সোনকালে এখন কাব্যগ্রন্থ প্রকাশৰ পৰিকল্পনা । 

বঁটা

            -২০২৩ বর্ষৰ সাহিত্য প্ৰেয়সীৰ শ্ৰেষ্ঠ কবি সাহিত্যিক বঁটা।

           -২০২৩ সাহিত্য অনুসন্ধান অসমৰ কাব্যজ্যোতি বঁটা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.