হিয়া তালুকদাৰ

 হিয়া তালুকদাৰ

 জন্মৰ চন : ২৫ ডিচেম্বৰ ১৯৯৯।
জন্ম ঠাই : টিহু ।

 পিতৃৰ নাম : চম্পক তালুকদাৰ ।

মাতৃৰ নাম : প্ৰীতি তালুকদাৰ ।

 শিক্ষাগত অৰ্হতা:

                            -টিহু কলেজৰ পৰা অসমীয়াত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ ।

                              -ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়াত অনাৰ্চ সহ স্নাতকোত্ত্বৰ ডিগ্ৰী লাভ ।

নিচা- সাহিত্য চৰ্চা, আবৃত্তি,ভইচ অভাৰ আৰু লেখা পাঠ, গ্ৰন্থ অধ্যয়ন।

ভৱিষ্যত পৰিকল্পনা-এগৰাকী ভাল সাহিত্যিক হোৱা।

 জড়িত সামাজিক অনুষ্ঠান - প্ৰতিষ্ঠান

                    -আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ সহকাৰী আলোচনী সম্পাদিকা



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.