সংগীতা ৰয়
সংগীতা ৰয়
জন্মৰ চন: ১৮-০৬-২০০৩
জন্ম ঠাই: ঢকুৱাখনা।
পিতৃৰ নাম: নৰেন ৰয়।
মাতৃৰ নাম: বিদ্যাৱতী ৰয়।
জিলা: লখিমপুৰ।
শিক্ষাগত অৰ্হতা
-ঢকুৱাখনা কলেজিয়েট হাই স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ
-Harhi Senior Secondary school ৰ পৰা মই উচ্চ শিক্ষাত উত্তীৰ্ণ
-বৰ্তমান মই লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী।
পেচা:হিন্দী বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী।
নিচা: সাহিত্য জগতৰ লগত সমাজৰ লগত কিছু কাম কৰা।
বৰ্তমান নতুন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা আছে নেকি: হয়, আছে।
বঁটা
-'সাহিত্যৰ প্ৰেয়সী অসম' নামৰ সাহিত্য গোটৰ পৰা মোক নৱজ্যোতি বঁটা

No comments