প্ৰেমিক চৰাই মই ( ৪)

 প্ৰেমিক চৰাই মই ( ৪)

পখিলাৰ হৃদয় বিচাৰি ফুলনিত হাবাথুৰি

ফুলৰ সুবাস বিচাৰি বাগিচাত হাবাথুৰি

প্ৰেম বিচাৰি বিচাৰি প্ৰেমিকাত হাবাথুৰি

ওচৰতে আছিল তথাপিও চিনি হাবাথুৰি

ক'তনো হেৰাই গৈছে মোৰ প্ৰয়সী

আকাশ, বতাহ ,বৰষুণ সকলোকে সুধিলোঁ

নাজানোঁ কয়, এতিয়া মই প্ৰেমিক হাবাথুৰি

কাৰণ এতিয়া কাৰোবাৰ প্ৰেমিক চৰাই মই

নীৰৱে প্ৰেমত পৰি ৰোৱা এজন প্ৰেমিক

জীৱন কটাই অঘৰী বাটৰ সপোন দেখিছোঁ

নাজানোঁ কোন তুমি,?

নাজানোঁ কেনেকৈ তোমাৰ প্ৰেমত পৰিছিলোঁ

টোপনিত সপোন দেখিছিল তোমাক

এই প্ৰেমিকে

কাৰণ এতিয়া কাৰোবাৰ প্ৰেমিক চৰাই মই



হাইছ উদ্দিন আহমেদ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.