"নাৰী"

                                "নাৰী"

শিল্পী দাস


মই নাৰী পৰিচয় নাৰীজাতি

কিন্তু চৰিত্ৰহীন নহয়,

মই সকলো কৰিব পাৰোঁ

কিন্তু আত্মসন্মান বিসৰ্জন দিব নোৱাৰোঁ।

হয়, মই নাৰী 

কিন্তু বজাৰৰ বস্তু নহয়

দামদৰ কৰিব টকাৰে

নিজৰ শাৰীৰিক তৃপ্তি সন্তুষ্টি কৰাৰ বাবে।

মই মাতৃৰ অংশ নাৰীজাতি

সেয়ে এইবোৰ কবলৈ দুবাৰ ভাবিব।



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.