দিপশিখা ৰাজকোঁৱৰ

দিপশিখা ৰাজকোঁৱৰ

জন্মৰ চন-২৪/১০/২০০৪

জন্ম ঠাই- কোঁৱৰ গাঁও, নাহৰকটীয়া,

 পিতৃ- ঁ প্ৰেমানন্দ ৰাজকোঁৱৰ।

মাতৃ - শ্ৰীমতী প্ৰতিমা ৰাজকোঁৱৰ।

গাঁও- কোঁৱৰ গাঁও

ডাকঘৰ - ঊষাপুৰ

জিলা- ডিব্ৰুগড় 

 শিক্ষাগত অৰ্হতা- 

        -কোঁৱৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা

        -ঊষাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা

        -কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই চেকেণ্ডেৰী পাছ

        -বৰ্তমান দুলীয়াজান মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ অসমীয়া বিভাগৰ ছাত্ৰী।

পেচা- অধ্যয়নত ছাত্ৰী।

নিচা- সাহিত্য চৰ্চা, আবৃত্তি,ভইচ অভাৰ আৰু লেখা পাঠ, গ্ৰন্থ অধ্যয়ন।

ভৱিষ্যত পৰিকল্পনা-এগৰাকী ভাল সাংবাদিক হোৱাৰ লগতে এগৰাকী ভাল সাহিত্যিক হোৱা।

সাহিত্যৰ লগত জড়িত- পঞ্চম শ্ৰেণীৰ পৰা লেখা মেলা কৰিছিলোঁ যদিও দশম শ্ৰেণীৰ পৰা বেছিকৈ সাহিত্যৰ অনুৰাগী হৈ লেখা মেলা বেছিকৈ কৰিছিলোঁ।

 জড়িত সামাজিক অনুষ্ঠান - প্ৰতিষ্ঠান

    -অসমীয়া সাহিত্যৰ চানেকি দৈনিক অনলাইন আলোচনীৰ বৰ্তমান প্ৰকাশক হিচাপে কৰ্মৰত। পূৰ্বতে সংশোধক আৰু সম্পাদিকা আছিলোঁ

-বাৰে ৰহণীয়া সাংস্কৃতিক মঞ্চৰ সম্পাদিকা 

 বৰ্তমান নতুন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা এখন আছে- এখন কবিতা সংকলনৰ পৰিকল্পনা

বঁটা

-২০২৩ বৰ্ষৰ সাহিত্য প্ৰেয়সীৰ শ্ৰেষ্ঠ কবি সাহিত্যিক বঁটা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.