দেইজী কাৰ্খ বৰদলৈ

দেইজী কাৰ্খ বৰদলৈ


জন্ম = 24/05/1999

জন্ম ঠাই = তেতেলীয়া

পিতৃ দিবাকৰ বৰদলৈ

মাতৃ কল্পনা বৰদলৈ 

শিক্ষাগত অৰ্হতা

                    - স্নাতক ডিগ্ৰী ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ পৰা 

                    -স্নাতকোত্তৰ ডিগ্ৰী ডিমৰীয়া কলেজৰ পৰা

পেচা= ছাত্ৰী।

নিচা = সমাজৰ হিতাৰ্থে কাম কৰা।

ভবিষ্যত পৰিকল্পনা ঃ লিখা মেলা কৰা লগতে ভবিষ্যত প্ৰজন্মৰ বাবে কাম কৰা 

সাহিত্যৰ লগত জড়িত-  সাহিত্য চৰ্চা আগতে জড়িত নাছিলোঁ কিন্তু 2023 পৰা সাহিত্যৰ অনুৰাগী হৈ কবিতা লিখিবলৈ আৰম্ভ কৰো।

 জড়িত সামাজিক অনুষ্ঠান - প্ৰতিষ্ঠান

                        = আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ সাংস্কৃতিক সহ সম্পাদিকা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.