মোৰ দেশ

 মোৰ দেশ


মোৰ প্ৰাণৰো প্ৰাণ‌ এই দেশ,

তুমিয়েই মোৰ ভাৰত জননী

প্ৰণাম জনাইছোঁ আই।

তোমাৰ স্বাৰ্থতে বহু জন

শ্বহীদে দিলে প্ৰাণ ।

অকল মৰমেই নহয়,

ই যেন তোমাৰ প্ৰতিদান।

কৰিছোঁ তোমাক বহুবাৰ প্ৰণাম‌, তুমিয়েই মোৰ প্ৰাণ।

আমি গৌৰব , পৰিচয় দিবলৈ

যে আমি ভাৰতীয়।

মহান‌ মোৰ এই দেশ ,মহান‌‌ মোৰ আই‌ চিৰ পূজনীয়।


দেইজী কাৰ্খ বৰদলৈ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.