যৌতুক

 যৌতুক

মিনহাজ উদ্দিন, বৰপেটা।


       ৰিমা এজনী শিক্ষিত ছোৱালী। ঘৰৰ আৰ্থিক অৱস্থা দুৰ্বল আছিল বাবেই তাই বেচৰকাৰী শিক্ষা অনুষ্ঠান এটাত কাম কৰি ঘৰ চলাইছিল।

ঘৰত মাকৰ বাহিৰে আপোন বুলি তাইৰ কোনেওঁ নাছিল। দেউতাকৰ বহুত আগতেই কেঞ্চু ৰোগত মৃত্যু হৈছে , সৰু ভাইটি এটা আছিল সিওঁ আজি ৬ মাহ হ'ল নিৰুদ্দেশ । বহুত কষ্টৰে তাই দিন কটাৱ লগীয়া হৈছিল।

      এনেদৰে দুই বছৰ পাৰ হৈ গ'ল। ঘৰত ৰুগীয়া মাতৃৰ চিন্তা ৰিমাক বিয়া দিয়াৰ। অশেষত গাওঁৰ মানুহৰ সহযোগত ৰিমাৰ বিয়া হৈ গ'ল। তাইয়োঁ বহুত সপোন দেখিছিল কিন্তু আজি সকলো  বিধংস। যৌতুকৰ বাবে শাহুয়েকক ঘৰত সকলোৱে  বহুত অত্যাচাৰ কৰে , প্ৰান প্ৰিয় স্বামীয়ো পৰকীয়া প্ৰতিদিন মদ খাই আহি বেয়া কৈ মাৰ ধৰ কৰে সেয়ে আজি ডাইফোৰ্চ কৰিবলৈ নিজেই বাধ্য। 


মিনহাজ উদ্দিন

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.