নাছৰিণ চুলতানা

 নাছৰিণ চুলতানা

জন্ম ঠাই-গোলাঘাট নাহৰণি গোহাঁইমেৰ গাঁও।

জন্মৰ চন- ১৯৯৯ চনৰ ২৯ মাৰ্চ।

কবি/ লেখকৰ নাম-  

পিতৃৰ নাম- চজিমত দ্দিন আহমেদ

মাতৃৰ নাম - চৰিফা বেগম 

শিক্ষাগত অৰ্হতা- স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন 

পেচা- বিশেষ নাই

নিচা- এগৰাকী ভাল কবি/সাহিত্যিক হোৱা 

ভৱিষ্যত পৰিকল্পনা- সপোন বহুত আছে নাজানো সফলতা কিমান দূৰ বাকী।

সাহিত্যৰ লগত জড়িত- ২০১২ চনৰ পৰাই জড়িত।

জড়িত সামাজিক অনুষ্ঠান -প্ৰতিষ্ঠান

         'সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম', 

        'অসমীয়া ভাষা সাহিত্য'

        'অসম সাহিত্য সেৱা মঞ্চ'

         আলিফ ইউনিয়ন ফাউণ্ডেশ্যন

স্বৰচিত গ্ৰন্থ প্ৰ

                 স্বৰচিত শিশু গ্ৰন্থ 'দেশৰ ভৱিষ্যত অকণিহঁত' ।

বঁটা-

সাহিত্য সংস্কৃতি সাধনা বঁটা

সাহিত্য সৌৰভ সন্মান 



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.