তেজৰ চেঁ‌কুৰা

 তেজৰ চেঁ‌কুৰা


জীৱনে নকলে 

উন্মাদনাৰ শেষ সীমাৰ কথা

অতৃপ্ত বাসনাৰ স্পন্দিত পথত

অঘৰী মই

প্ৰকাশ কৰিব নোৱাৰোঁ‌

জীৱনৰ গভীৰ বেদনা ,

শৰীৰত বাঁ‌হ লোৱা

বীজাণু চিনি পোৱা নাই

তেজৰ চেঁ‌কুৰা দেখি

শংকাত কম্পিত মন 

প্ৰেতাত্মা ওচৰতে আছে

নিবলৈ এই আত্মাটো ।


অনন্ত  কুমাৰ ভূঞা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.