এই দেশ
এই দেশ
মোৰ প্ৰাণৰো প্ৰাণ এই দেশ।
এই দেশ চিৰ যুগমীয়া।
এই দেশ আমাৰ দেশ।।
মহান চানেকিৰ সাধনাৰে গঢ়া,
এই দেশ চিৰ যুগমীয়া।
নানা জাতিৰ উপজাতি গৌৰৱ
এই দেশ।
আই অ আই
তুমিয়েই মোৰ ভাৰত জননী।
প্ৰণাম জনাইছোঁ আই।
তোমাৰ স্বাৰ্থতে বহু জন
শ্বহীদে দিলে উচৰ্গা প্ৰাণ ।
অকল মৰমেই নহয়,,
ই যেন তোমাৰ মৰমৰ প্ৰতিদান।
কৰিছোঁ তোমাক বহুবাৰ প্ৰণাম তুমিয়েই মোৰ প্ৰাণ।
আমি গৌৰব,, পৰিচয় দিবলৈ
যে আমি ভাৰতীয়।
মহান মোৰ এই দেশ মহান মোৰ আই চিৰ পূজনীয়।
গঢ়িম নবীন স্বদেশ ,
জীয়াই ৰাখিম এই দেশ।
দেইজী কাৰ্খ বৰদলৈ

No comments