মোৰ কলেজৰ শেষৰটো দিন

 মোৰ কলেজৰ শেষৰটো দিন 



       মোৰ প্ৰথম কলেজ সমাপ্ত হৈছিল তিনিবছৰীয়া স্নাতক শ্ৰেণী ২০২১ চনত সমাপ্ত হৈছিল । তাৰ পিছত আৰু এখোজ আগুৱাই যোৱাৰ মানসেৰে আহি স্নাতকোত্তৰ প্ৰথম ষান্মাসিকত ভৰ্তি হৈছিলো  আৰু সেই নামভৰ্তিৰ সুযোগ পাইছিলো ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যোগেদি । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাৰ - বাইদেউহঁতে মোক বহুখিনি সহায় - সহযোগ কৰিছিল, তাৰোপৰি মোৰ লগৰ বন্ধু - বান্ধৱীহঁতেও মোক বহুখিনি সহায় - সহযোগ কৰিছিল ।

       সেয়েহে কলেজৰ শেষৰ দিনটো মোৰ বাবে বৰ বেছি ভাল দিন নাছিল কাৰণ আমি আৰু আগৰ দৰে একেলগে বহি শিক্ষাগ্ৰহণ কৰিব নোৱাৰো । চাৰিওফালৰ হাই হুলস্থূলৰ মাজত মই ৰৈ গৈছিলো আৰু কিছু সময় ৰৈ চাইছিলো আপোন মহাবিদ্যালয় বিশ্ববিদ্যালয়খনলৈ । কিয়নো কেতিয়াও উভতি যাব নোৱাৰা বাটলৈ গুচি গ'লো । তেতিয়া অবাক হোৱাৰ বাদে মোৰ আন উপায় নাই ।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.