মাদক দ্ৰব্য সেৱন নকৰিব
মাদক দ্ৰব্য সেৱন নকৰিব
ছেলিমা বেগম, নগাঁও, বলিকটীয়া
মাদক দ্রব্য সেৱন নকৰিব,
নিজকে ধ্বংস কৰে জানিব ।
নিজৰ বিপদ নিজেই মাতি আনে
যদিও সৱে ইয়াৰ কথা জানে।
মাদক দ্রব্য সেৱন কৰিলে
জীৱন যায় অথলে।
কলিজা হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা আছে
এই কথা সকলোৰে ঞ্জান আছে।
কু অব্যাহত নিদিব মন
সুখৰ জীৱন পাবা তখন।
আমাৰ জীৱন আমাৰ ভবিষ্যত
বিপদ মুক্ত হৈ থাকিম আমি আজীৱনত ।
আহা আহা আমি সৱে মিলি
শপত লও কাণত ধৰি এবেলি।

No comments