চিৰসুন্দৰ
চিৰসুন্দৰ
সৰ্বযুগৰ সৰ্বশ্ৰেষ্ঠ " চিৰসুন্দৰ"
লৰাজনটো আপুনিয়েই হয়
মোৰ দৃষ্টিৰ
আপুনি যে এখন বাগিচাৰ
হালধীয়া , নীলা , ক'লা
গোলাপ কেইপাহৰ মাজত
ফুলি থকা এপাহ সুন্দৰ
ৰক্ত গোলাপ ।
যিপাহ ৰক্ত গোলাপ দেখিলেই
সকলোৰে হ্নদয় পৰি যায় শাত ।
আপুনি সদায়ে জিলিকি থাকক
এপাহ ৰক্ত গোলাপ হৈ
মোৰ বুকুত , হেজাৰজনী
অনুৰাগীনীৰ বুকুত
আপোনাৰ সোন্দৰ্য্য
কেতিয়াও ম্লান হৱলৈ নিদিবদেই ।
নিবেদিতা ডিম্পল

No comments