শান্তা দাস

শান্তা দাস 

দেউতাকৰ নাম :- ছায়া কান্ত দাস। 

মাৰ নাম :- অঞ্জলী দাস।

জিলা:- হোজাই। 

থানা :- লংকা। 

ডাকঘৰ :- লংকা। 

মৌজা :- কাকী মৌজা। 

শিক্ষাগত অৰ্হতা:- স্নাতক। 

গাঁও :- ১ নং পিপল পুখুৰী।

জন্মস্থান :- ইটাগাওঁ,(ভালুকমাৰী) 

মোৰ কবিতা চাৰিটা প্ৰকাশ পাইছে। ফেচবুক আৰু ওৱাটচ্ এপ মাধ্যমত। আৰু গল্প বা উপন্যাস মই লিখা নাই। যদিও মই লিখা চুটিগল্প , কবিতা আদি হোৱাট্ছ এপ আৰু ফেচবুকত পোষ্ট কৰোঁ।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.