নিবাৰণ ৰাভা

নিবাৰণ ৰাভা

পিতৃ - ৺কুইন চন্দ্ৰ ৰাভা

মাতৃ- ৺জয়ন্তী ৰাভা

পৰিয়াল- চাৰিজন,ছোৱালী দুজনী, পৰিবাৰ আৰু মই 

জন্ম ঠাই- বটাবাৰী,ওদালগুৰি

জন্ম চন - ১৯৭২

শিক্ষাগত অৰ্হতা- HSLC passed ৷

পেচা/নিচা- সাহিত্য,সংগীত,সমাজসেৱা,চিত্ৰাংকন,খেতি ইত্যাদি ৷

জড়িত সমাজিক অনুষ্ঠানসমূহ=

 নিখিল ৰাভা সাহিত্য সভা ওদালগুৰি জিলাৰ আলোচনী সম্পাদক

অসম সাহিত্য সভা ওদালগুৰি জিলাৰ সাংগঠনিক সম্পাদক

ৰাভা শিল্পী আৰু লেখক মঞ্চ অসমৰ সহ-সম্পাদক

কবি সমাজ ওদালগুৰি জিলাৰ সহ-সম্পাদক

ৰাভা কৃষ্টিৰ পৰিচালক

দৈনন্দিন বাৰ্তা আৰু আছাম ফকাছৰ সংবাদকৰ্মী

এক শৰণ ভাগৱতী সমাজ ওদালগুৰি জিলাৰ প্ৰচাৰ সম্পাদক

ৰাভা ডিপ্লোমা পৰীক্ষা কেন্দ্ৰ,ওদালগুৰিৰ সভাপতি 

কাব্যপুথি = ৰৌদ্ৰ সোপান ২০২২ চনত প্ৰকাশিত আৰু বৰ্ণ বিন্যাসৰ তামীঘৰা ২০২৩ চনত প্ৰকাশিত ৷

বৰ্তমান পাণ্ডুলিপি অৱস্থাত = অসমীয়া আধুনিক গীতৰ পুথি আৰু কাব্যপুথি এখন বৰ্তমান নাম দিয়া নাই ৷

বঁটা = কাব্য সূৰ্য্য বঁটা ২০২২ চন আৰু সাহিত্য সংস্কৃতি সাধনা বঁটা   ২০২৩ চন ৷



No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.