সংঘাত

 সংঘাত 

উল্লাসত অনুৰক্ত

আসক্ত উলঙ্গ ভাবত

বিস্ফোৰিত শব্দত 

ছাটি ফুটি ক্ষণ ,

পঙ্গু পৰিবেশ 

সিংহভাগ চানকাঢ়ি খায়

মুনাফা লাভৰ অংশৰে 

ৰঙীন জীৱন,

সময় আহিব নিষ্ঠুৰ হৈ

সমাধিস্থ হ'ব উপভোগ

গুপ্তধনৰ সন্ধানত

নামিব গুপ্তচৰ 

সুপ্ত হৈ নাথাকিব

পালিত ব্যভিচাৰ  ।


অনন্ত  কুমাৰ ভূঞা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.