সপোন প্ৰেয়সী

 সপোন প্ৰেয়সী 




    অ' মোৰ সপোন প্ৰেয়সী 

         ক'ত হেৰাই গ'লা ।

    ব্ৰক্ষপুত্ৰৰ দুটি কুলত ,

 তোমাৰ বাবে অপেক্ষা কৰো 

      তুমি ক'ত হেৰাই গ'লা ।

   অ' মোৰ সপোন প্ৰেয়সী, 

       নে ব্ৰক্ষপুত্ৰৰ দুটি কুলত 

          জাপ দি আত্মহত্যা কৰিলা ।

         আজি তোমাৰ কথা ভাবিলে, 

        হিয়া মন ফাটি যায় ।


হিয়া তালুকদাৰ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.