বৰ অভিমানী

 বৰ অভিমানী



প্ৰেমৰ আলফুলীয়া পৰশে

অশান্ত মন ভাৱনাক

শান্ত কৰে ,

নাপাহৰোঁ কেতিয়াও

সেই প্ৰেমিকক ।

স্বভাৱত সৰ্বদা সি 

বৰ অভিমানী , অহংকাৰী

সপোন দেখুৱাই পূৰণ নকৰে ,

কেৱল স্বাৰ্থতাক আঁকোৱালি 

জীৱন সজোৱাব খোঁজে ।


                   ৰুম্পী দাস, ভালুকমাৰী ৰাণীপুখুৰী,হোজাই


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.