জীৱন জীপাল প্ৰতিপলে

 জীৱন জীপাল প্ৰতিপলে

জীৱন বৰ অমূল্য সম্পদ ।ৰামধেনুৰ সাতোটা ৰঙেৰে জীৱনৰ প্ৰটিতো পিষ্টা বিচাৰি চালে আমি দেখিবলৈ পাম যে জীৱনৰ তিতা মিঠা অভিজ্ঞতা বোৰ লগতে সুখ দুখৰ হাঁহি কান্দোনৰে ভৰা ।প্ৰটিতো মুহুত্ববোৰ আমাৰ অন্তৰত থকা প্ৰেম ভালপোৱাবোৰ জীৱনৰ গতিশীলতাত আগুৱাই যাবলৈ মনত সাহস আৰু প্ৰেৰণা যোগায়।আমি সকলোৱেই নিজৰ জীৱনটোক খুব ভালপাওঁআৰু সেয়েহে আমি সৰু সুৰা সুখবোৰ বিচাৰি পাও নিজৰ আপোন মানুহবোৰৰ মাজতে । কিন্তু কেতিয়াবা কোনোবা দিনত থমকি ৰ"ব লগা হয় । দুদিনমানৰ আগতে মোৰ বান্ধবীএজনে মোক ফোনত কলে তেওঁৰ লগত নিশা ১২বজালৈকে হাঁহি হাঁহি   কথা পাতি থকা বন্ধবীজনী হেনো বেলেগ এজনলৈ  পলাই গ'ল।কথাষাৰ শুনি খুব দুখ লাগিব আৰু তাতকৈ বেছি আচৰিত হৈছো হোমৰ ওচৰত সাক্ষী কৰি বিয়া পতাৰ কি অৰ্থ থাকিল বাৰু  আজিৰ দিনত?  প্ৰেম যেন এতিয়াও সুলভ ।

আজিৰ নৱপ্ৰজন্মৰ একাংশৰ হৈছে কি কোনো ঘৰুৱা সময্যা বা  ভালপোৱাৰ জনিত কাৰণত মানুহবোৰে মানষিক সুশংঙ্খল হেৰুৱাই একাংশ নৱপ্ৰজন্মই আত্মহত্যা পথ বাছি লৈছে । যিটো অতি লজ্জাজনক বিষয় আমাৰ বাবে

সুখ দুখ হাঁহি কান্দোনেই হৈছে জীৱন। দুখৰ সময়বোৰ সকলোৰে বাবে আহে। তেতিয়া সেই সময়ত সাহসী আৰু একাগ্ৰতাৰে আগবাঢ়ি যোৱাতো আমাৰ সকলেৰে কতব্য।জীৱনৰ অন্য এক নাম সংগ্ৰাম । গতিকে এনে সময়ত দুৰ্ব্বল নহৈ যিকোনো সংগ্ৰামেৰে সন্মুখীন হব পৰাতহে প্ৰকূত সুখ ।


শ্ৰৱণ কুমাৰ বৰা

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ।

প্ৰথম বাষিকৰ ছাএ।


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.