জীৱন

 জীৱন


জীৱন আছে


কিন্তু ভৰষা নাই।


আজি আছে


হয়তো কাইলে নাই।


মানুহে জীৱনত বহুতো


সপোন দেখে


কিন্তু সেই সপোন


আজি আছে


কাইলে নাই।


কাৰ‌ কেতিয়া 


কোন‌ মূহুৰ্তত


মৃত্যু হয় কোনেও


ক'ব নোৱাৰে।


আচলতে মানুহৰ জীৱনটো


এনেকুৱাই।


কাৰ‌ ভাগ্যত


কি আছে।


কোনেও কʼব নোৱাৰে।




দেইজী কাৰ্খ বৰদলৈ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.