জাতপাত

জাতপাত

   "ঐ বেগম,ৰচোন....এই আম দুটা আৰু পিঠাকেইটা তহঁতৰ ল'ৰা-ছোৱালী দুটাৰ কাৰণে লৈ যা। মই দিয়া বুলি ক'বি ঠিক আছে? আৰু সিহঁতক স্কুলত নিয়মীয়াকৈ পঠিয়াবি।"

      মালিকনী নিৰ্মালি মহন্তৰ হাতৰ পৰা আম আৰু পিঠাকেইটা আঁচল পাতি লোৱাৰ সময়ত চকুযুৰি সেমেকি উঠিল তাইৰ।


কাজি_শ্বাহাদত_ইছলাম

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.