কবিতাই কথা কয়

 কবিতাই কথা কয়            


কবিতাই কথা কয় 

হৃদয়ৰ , মনৰ ৷

কবিতাই কথা কয়

আর্ত, পীড়িত,

নিযাতিতৰ, প্রতিবাদৰ

ভাষা হৈ ৷

প্ৰেমৰ একোখন

মহাকাব্য হৈ ৷

কবিতা বৈ থাকে

হৃদয়ৰ পৰা হৃদয়লৈ

কবিতাই কথা কয়---

সপোনৰ , ৰুগ্ন বাস্তৱৰ ৷


দৃলীনা দাস


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.