শৈশৱৰ স্মৃতি

 শৈশৱৰ স্মৃতি 



মা আজি মোক শৈশৱে বৰকৈ আমণি কৰিছে।

     সেই শৈশৱতে কৰা, ধেমালিবোৰ আজি আকৌ মনত পৰিছে ।

      কিয় বা নাজানো,

শৈশৱৰ পুৰণা স্মৃতিয়ে  আজি 

আকৌ মোক ঠেলি নিছে

 অতীতলৈ। 

     শৈশৱত  লগ - সমনীয়াৰ লগত কৰা ধেমালিবোৰ ,

      কিয় জানো এটা অতীত ।


                     হিয়া তালুকদাৰ 

               

No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.