শৈশৱৰ স্মৃতি

 শৈশৱৰ স্মৃতি


                                                                            আছমা বেগম

উকা আকাশত জিলিকে

তৰাৰ জোনবিৰি

সমনীয়াৰ হাঁহিত

পোখালি মেলা

শিশুৰ মন

দুনাই নাহে সেই

অমিয়া সাধুকথাৰ

 পাক লগা তামুলতী আইতাৰ

ৰসাল কথাবোৰ

দেউতাৰ বুকুচাত

আৰু আইৰ কোলাত 

নিচিন্ত হৈ টোপনি যোৱা

সোণালী শৈশৱ


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.