মই আৰু মোৰ বান্ধৱী

 মই আৰু মোৰ বান্ধৱী

     দৃলীনা দাস

 

   


প্রথম অ আ শিকাৰে পৰা

লগ পালোঁ এনে এক বান্ধৱী

যিয়ে সকলো সুখ দুখত

আছিল মোৰ কাষত ।

কৰোঁ লগত বন্ধুত্ব কৰিবৰ

ইচ্ছাই নগৈছিল 

কিয়নো সন্তোষ আছিলোঁ আমি

এজনী আনজনীৰ লগত।

দুয়োয়ে দুয়োৰ মনৰ কথা

পাইছিলো সহজতে বুজি

দেখিছিলো দুয়োৱে এটি সপোন 

যেনেকৈ একেলগে থাকি

পাৰ কৰিলোঁ স্কুলীয়া জীৱন

তেনেকৈ পাৰ কৰিম 

কলেজীয়া জীৱন

নিয়তিৰ ওচৰত 

কৰিবলৈ মিনতি ।



                       প্রিয়াক্ষী তোমাৰ হাতত


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.