মতলীয়া মন

 মতলীয়া মন



আমনি কৰে মোক

তোমাৰ কথাই

তুলি দিয়ে মোৰ মনত

অনুভৱৰ কম্পন

আন্ধাৰ ৰাতিৰ

 অন্ধকাৰৰ দৰে

মোৰো মন আছিল

অন্ধকাৰ

তুমি দিলাহি বিলাই পোহৰ কণা

হৈ গ'ল জোন যেন জোনাক

মোৰ হৃদয়।

মতলীয়া এই মন তোমাৰ প্ৰেমত।

এইয়াই চাগে ভাল পোৱা।

অত কুলাহৰ মাজত

আমনি কৰে মোক তোমাৰ কথাই


জানমণি বৰবৰুৱা


No comments

জনপ্ৰিয় পোষ্টসমূহ

Featured Post

দুৰ্গাপূজা

 দুৰ্গাপূজা (কথোপকথন) ================== চুমিয়া আকতাৰা  উদমাৰী, নগাঁও  মা: মামণি দুৰ্গাপূজা আহি পালে নহয়। এইবাৰ পূজাত কি কাপোৰ কিনিবা? মামণি...

Theme images by sndr. Powered by Blogger.